১৯৭২ চনত অসম কৃষি পণ্য বজাৰ আইনখন বিধানসভাত অনুমোদন কৰা হয় আৰু ১৯৭৬ চনৰ পৰা ৰাজ্যৰবিভিন্ন ঠাইত ৰাজ্যিক কৃষি বিপণন পৰিষদ আৰু নিয়ন্ত্ৰিত বজাৰ কমিটী (অন্য ৰাজ্যত APMC নামে জনা যায়) গঠন কৰা হয়, উদ্দেশ্যটো আছিল, চহৰ, চহৰৰ উপকণ্ঠ আৰু গ্ৰামাঞ্চলৰ বজাৰসমূহত কৃষিজাত সামগ্ৰীৰ বেচা-কিনা কাৰবাৰত চলি থকা অসাধু লেন-দেনৰ অন্ত পেলাই এখন উপযুক্ত কাৰ্যক্ষম বিপণনৰ সৃষ্টি কৰা যত ব্যৱসায়ীবিলাকে ব্যৱসায়ত এক সুন্দৰ লেন-দেন কৰিব পাৰিব আৰু উত্পাদনকাৰীসকলে এক যুক্তিসন্মত আৰু প্ৰতিযোগিতামূলক দাম পাব। লগতে এই উদ্দেশ্যেও আছিল যাতে বৈজ্ঞানিক ভিত্তিত সজা সামগ্ৰী থবলৈ বনোৱা গুদামঘৰ, কৃষি সামগ্ৰীৰ ডাক দিয়া মঞ্চ, প্ৰদৰ্শনৰ বাবে চোতাল, ব্যৱসায়ীৰ বাবে দোকান ঘৰ, বেংক আৰু ডাকঘৰ থকা এখন বজাৰ খলাৰ সৃষ্টি কৰা। ৰাজ্যৰ বিভিন্ন ঠাইত থকা বজাৰ কমিটীসমূহৰ জৰিয়তে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদে এই আঁচনিখন কাৰ্যকৰী কৰিছে।
প্ৰতিখন বজাৰ কমিটী নিম্নোল্লেখিত সদস্যৰে গঠিত হব-
নিয়ন্ত্ৰিত বজাৰ কমিটীৰ নাম | সদৰ ঠাই | জিলা |
১. বহৰিহাট নিয়ন্ত্ৰিত বজাৰ কমিটী | বহৰিহাট | বৰপেটা |
২. বঙাইগাঁও জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী | টুলুঙীয়া | বঙাইগাঁও |
৩. কাছাৰ জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী | শিলচৰ | কাছাৰ |
৪. দৰং জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী | খাৰুপেটীয়া | দৰং |
৫. ধেমাজি জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী | চিলাপথাৰ | ধেমাজি |
৬. ধিং নিয়ন্ত্ৰিত বজাৰ কমিটী | ধিং | নগাঁও |
৭. ডিব্ৰুগড় জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী | ডিব্ৰুগড় | ডিব্ৰুগড় |
৮. ধুবুৰী জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী | গৌৰীপুৰ | ধুবুৰী |
৯. গোৱালপাৰা জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী | গোৱালপাৰা | গোৱালপাৰা |
১০. গোলাঘাট নিয়ন্ত্ৰিত বজাৰ কমিটী | ফৰকাটিং | গোলাঘাট |
১১. গুৱাহাটী মহকুমা নিয়ন্ত্ৰিত বজাৰ কমিটী | উপৰহালি | কামৰূপ |
১২. হাইলাকান্দি জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী | হাইলাকান্দি | হাইলাকান্দি |
১৩. হাউলী নিয়ন্ত্ৰিত বজাৰ কমিটী | হাউলী | বৰপেটা |
১৪. যোৰহাট জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী | যোৰহাট | যোৰহাট |
১৫. কৰিমগঞ্জ জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী | কৰিমগঞ্জ | কৰিমগঞ্জ |
১৬. কোকৰাঝাৰ জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী | কোকৰাঝাৰ | কোকৰাঝাৰ |
১৭. লংকা নিয়ন্ত্ৰিত বজাৰ কমিটী | নীলবাগান | নগাঁও |
১৮. মৰিগাঁও জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী | মৰিগাঁও | মৰিগাঁও |
১৯. নলবাৰী জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী | বানেকুছি | নলবাৰী |
২০. উত্তৰ লখিমপুৰ নিয়ন্ত্ৰিত বজাৰ কমিটী | বঙালমাৰা | লখিমপুৰ |
২১. ৰঙিয়া মহকুমা নিয়ন্ত্ৰিত বজাৰ কমিটী | গোৰেশ্বৰ | কামৰূপ |
২২. শিৱসাগৰ জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী | শিৱসাগৰ | শিৱসাগৰ |
২৩. শোণিতপুৰ জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী | ঢেকিয়াজুলি | শোণিতপুৰ |
২৪. তিনিচুকীয়া জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী | তিনিচুকীয়া | তিনিচুকীয়া |
(১) আলপুতি চৰ, (২) বালিকুৰি, (৩) কাছুমাৰী, (৪) কাদং, (৫) মন্দিয়া, (৬) মইনবাৰী।
(১) বাসুগাঁও, (২) ফকিৰাগ্ৰাম, (৩) গোঁসাইগাঁও, (৪) কবাইটাৰী, (৫) পাতিলাদহা
(১) বৰযাত্ৰাপুৰ, (২)ভাগা, (৩) কুম্ভীৰগ্ৰাম, (৪) লাইলাপুৰ, (৫) লক্ষীপুৰ, (৬) ফুলেৰতল, (৭) সোণাবাৰীখাট, (৮) উদাৰবন্দ
(১) বালুগাঁও, (২) বঙলাগড়, (৩) বেছিমাৰী, (৪) ভকতপাৰা, (৫) ডিমাকুছি, (৬) ডুমুনিচকী, (৭) হৰিশিঙা, (৮) কলাইগাঁও, (৯) খৈৰাবাৰী, (১০) কৌপতি, (১১) লালপুল, (১২) নামখলা, (১৫) পাথৰিঘাট, (১৬) টংলা, (১৭) ওদালগুৰি।
(১) ধেমাজি, (২) ঘিলামৰা, (৩) গোগামুখ, (৪) জোনাই, (৫) চিমেন চাপৰি।
(১) আমবাগান, (২) চাপৰমুখ, (৩) চুলুং, (৪) দুমদুমীয়া, (৫) জখলাবন্ধা, (৬) মাগুৰমাৰী, (৭) ৰহা, (৮) ৰূপহী, (৯) শান্তিজান, (১০) শিঙৰী, (১১) সোণাইকলি।
(১) বিলাসীপাৰা, (২) চাপৰ, (৩) ধৰ্মশালা, (৪) ধুবুৰী, (৫) ফুলকটাৰী, (৬) গোৰীপুৰ মৰাপাট/আনাৰস বজাৰ, (৭) গোলকগঞ্জ, (৮) হালাকুৰা, (৯) কালডোবা, (১০) কঠালিপাৰা মিলন বজাৰ, (১১) খাৰুৱাবন্ধা (হাটশিঙিমাৰী), (১২) মানকাছৰ, (১৩) ৰণপাগলী, (১৪) শালবাৰী, (১৫) চালাকাটা।
(১) বৰবৰুৱা, (২) চাবুৱা, (৩) ডিব্ৰুগড়, (৪) ডিকম, (৫) দুলীয়াজান, (৬) ঘোঁৰামাৰা, (৭) জকাই (চেঁচা), (৮) খোৱাং, (৯) লাহোৱাল, (১০) মৰাণ, (১১) নাহৰকটীয়া, (১২) নামৰূপ, (১৩) ৰাজগড়, (১৪) টেঙাখাট, (১৫) টিংখং।
(১) চটাইমাৰী, (২) দলগোমা, (৩) দৰংগিৰি, (৪) ধনুভাঙা, (৫) ধূপধৰা, (৬) দুধনৈ, (৭) জলেশ্বৰ, (৮) কৃষ্ণাই, (৯) লক্ষীপুৰ, (১০) ৰংজুলি, (১১) শিমলিটোলা, (১২) তৰঙা।
(১) আঠখেলীয়া, (২) বেহৰা, (৩) বোকাখাট, (৪) বৰপথাৰ, (৫) দক্ষিণ হেঙেৰা, (৬) দেৰগাঁও, (৭) গমাৰিগুৰি, (৮) কাছমাৰী, (৯) নাওজান, (১০) নেঘেৰিটিং, (১১) নুমলীগড়, (১২) ৰঙাজান, (১৩) সৰুপথাৰ, (১৪) সেৱাগুৰি, (১৫) তেলীহাট।
(১) আমৰাঙা, (২) বকো, (৩) ছয়গাঁও, (৪) ঢেকীয়াবাৰী, (৫) ধোপাতৰী, (৬) হাহিম, (৭) মলয়বাৰী, (৮) নগৰবেৰা, (৯) শিঙিমাৰী।
(১) বৰপেটা ৰোড, (২) কলগাছিয়া, (৩) কয়াকুছি, (৪) লংলা, (৫) মৰাপাট, (৬) শিমলা, (৭) সৰভোগ।
(১) আলগাপুৰ, (২) আয়নাখাল, ৩) কাটলিছেড়া, (৪) লালাবাজাৰ।
(১) এলেংমৰা, (২) বৰহোলা, (৩) ডফলাটিং, (৪) গড়মূৰ, (৫) যোৰহাট, (৬) কমলাবাৰী, (৭) লিচিবাৰী, (৮) মধুপুৰ, (৯) নগাবাট, (১০) নকছাৰী, (১১) টি.ক, (১২) ঠেঙালগাঁও।
(১) ভাঙ্গা, (২) দুৰ্লভচেৰা, (৩) হাতীখিৰা, (৪) ইচাগুৰি মাছ বজাৰ, (৫) কৰিমগঞ্জ, (৬) লোৱাৰপোৱা, (৭) নিলাম বজাৰ, (৮) পাথাৰকান্দি।
(১) হোজাই, (২) যমুনামুখ, (৩) ১নং কাকী, (৪) কামপুৰ, (৫) কঠিয়াতলি, (৬) খাৰিখানা, (৭) লামডিং, (৮) মূৰাঝাৰ, (৯) উদালি।
(১) ভূৰবন্ধা, (২) দেওগালু, (৩) জাগীৰোড, (৪) লাহৰিঘাট, (৫) মায়ং, (৬) মৈৰাবাৰী।
(১) বানেকুছি, (২) বৰমা, (৩) বৰনৰ্দ্দি, (৪) বনগাঁও, (৫) ধমধমা, (৬) দৌলাশাল, (৭) কৈঠালকুছি,, (৮) কাপলাবাৰী, (৯) কুমাৰীকাটা, (১০) মুকালমুৱা, (১১) নদলা, (১২) ৰামপুৰ, (১৩) তামুলপুৰ, (১৪) টিহু।
(১) বগীনদী, (২) ঢকুৱাখনা, (৩) হাৰমতী, (৪) উত্তৰ লখিমপুৰ সদৰ বজাৰ।
(১) আমগুৰি, (২) বনফেৰা (সোণাৰী), (৩) বৰচলা গৰু মহ বজাৰ, (৪) মৰাণহাট, (৫) ৰাজমাই গৰু মহ বজাৰ, (৬) সাপেখাতী, (৭) শিমলুগুৰি।
(১) বৰচলা, (২) বিন্দুগুৰি, (৩) বিশ্বনাথ চাৰিআলি, (৪) জিনজিয়া, (৫) গহপুৰ, (৬) লোক্ৰা, (৭) পাঁচ মাইল, (৮) শিঙৰি, (৯) ঠেলামৰা।
(১) বৰদুমছা, (২) চাপাখোৱা, (৩) ডাঙৰী, (৪) দুমদুমা, (৫) জাগুণ, (৬) কাকপথাৰ, (৭) মাকুম