মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ

নিয়ন্ত্ৰিত বজাৰ কমিটী

    1. নিয়ন্ত্ৰিত বজাৰ কমিটী

      ১৯৭২ চনত অসম কৃষি পণ্য বজাৰ আইনখন বিধানসভাত অনুমোদন কৰা হয় আৰু ১৯৭৬ চনৰ পৰা ৰাজ্যৰবিভিন্ন ঠাইত ৰাজ্যিক কৃষি বিপণন পৰিষদ আৰু নিয়ন্ত্ৰিত বজাৰ কমিটী (অন্য ৰাজ্যত APMC নামে জনা যায়) গঠন কৰা হয়, উদ্দেশ্যটো আছিল, চহৰ, চহৰৰ উপকণ্ঠ আৰু গ্ৰামাঞ্চলৰ বজাৰসমূহত কৃষিজাত সামগ্ৰীৰ বেচা-কিনা কাৰবাৰত চলি থকা অসাধু লেন-দেনৰ অন্ত পেলাই এখন উপযুক্ত কাৰ্যক্ষম বিপণনৰ সৃষ্টি কৰা যত ব্যৱসায়ীবিলাকে ব্যৱসায়ত এক সুন্দৰ লেন-দেন কৰিব পাৰিব আৰু উত্পাদনকাৰীসকলে এক যুক্তিসন্মত আৰু প্ৰতিযোগিতামূলক দাম পাব। লগতে এই উদ্দেশ্যেও আছিল যাতে বৈজ্ঞানিক ভিত্তিত সজা সামগ্ৰী থবলৈ বনোৱা গুদামঘৰ, কৃষি সামগ্ৰীৰ ডাক দিয়া মঞ্চ, প্ৰদৰ্শনৰ বাবে চোতাল, ব্যৱসায়ীৰ বাবে দোকান ঘৰ, বেংক আৰু ডাকঘৰ থকা এখন বজাৰ খলাৰ সৃষ্টি কৰা। ৰাজ্যৰ বিভিন্ন ঠাইত থকা বজাৰ কমিটীসমূহৰ জৰিয়তে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদে এই আঁচনিখন কাৰ্যকৰী কৰিছে।

      নিয়ন্ত্ৰিত বজাৰ কমিটীৰ সংগঠন

      প্ৰতিখন বজাৰ কমিটী নিম্নোল্লেখিত সদস্যৰে গঠিত হব-

      • কৃষক (গাঁও পঞ্চায়তৰ ভোটাৰ) – ৭জন
      • অনুজ্ঞাপ্ৰাপ্ত ব্যৱসায়ী – তিনিজন
      • সমবায় বিপণন সমিতি – এখন
      • সমবায় বেংক – এটা
      • চৰকাৰ মনোনীত সদস্য – এজন
      • স্থানীয় প্ৰাধিকাৰী – এজন
      • গুদামঘৰ নিগম – এটা

      নিয়ন্ত্ৰিত বজাৰ কমিটীৰ কাৰ্য্যাৱলী

      • বজাৰ খলাৰ প্ৰতিপালন, প্ৰশাসন আৰু নিয়ন্ত্ৰণ কৰা
      • বজাৰৰ লেন-দেনৰ নিয়ন্ত্ৰণ আৰু প্ৰশাসন
      • বিবাদ লগাৰ ক্ষেত্ৰত, মধ্যস্থতাকাৰী বা পৰ্যালোচনাকাৰী
      • প্ৰৱেশৰ প্ৰশাসন আৰু নিয়ন্ত্ৰণকাৰী
      • উপযুক্ত অনুজ্ঞাপত্ৰ নথকা ব্যক্তিৰ ব্যৱসায়িক সামগ্ৰী বাজেয়াপ্ত আৰু বজাৰৰ সৈতে জৰিমনা কৰা।
      • যিকোনো ধৰণৰ মোকৰ্দ্দমাৰ গোচৰ তৰা বা প্ৰতিবাদ কৰা বা যিকোনো ধৰণৰ মোকৰ্দ্দমাৰ গোচৰ তৰা বা প্ৰতিবাদ কৰাত সহায় কৰা নাইবা ৰাজ্যিক চৰকাৰে দিয়া নিৰ্দেশ মতে কাম কৰা।
      • এই আইনখন কাৰ্যকৰী কৰাৰ উদ্দেশ্যে কোনো মাটি কিনা, ভাড়াত লোৱা বা আৰ্জিত সম্পত্তি হিচাপে লোৱা।
      • এই আইনখনৰ উদ্দেশ্য মতে প্ৰয়োজন হোৱা নিয়ম আৰু আইনখনৰ আধাৰত স্থানীয় নিয়ম-নীতি পালনৰ বাবে কৰিবলগীয়া আন কামসমূহ।

      নিয়ন্ত্ৰিত বজাৰ কমিটীসমূহৰ সংখ্যা

      নিয়ন্ত্ৰিত বজাৰ কমিটীৰ নাম

      সদৰ ঠাই

      জিলা

      ১. বহৰিহাট নিয়ন্ত্ৰিত বজাৰ কমিটী

      বহৰিহাট

      বৰপেটা

      ২. বঙাইগাঁও জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      টুলুঙীয়া

      বঙাইগাঁও

      ৩. কাছাৰ জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      শিলচৰ

      কাছাৰ

      ৪. দৰং জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      খাৰুপেটীয়া

      দৰং

      ৫. ধেমাজি জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      চিলাপথাৰ

      ধেমাজি

      ৬. ধিং নিয়ন্ত্ৰিত বজাৰ কমিটী

      ধিং

      নগাঁও

      ৭. ডিব্ৰুগড় জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      ডিব্ৰুগড়

      ডিব্ৰুগড়

      ৮. ধুবুৰী জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      গৌৰীপুৰ

      ধুবুৰী

      ৯. গোৱালপাৰা জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      গোৱালপাৰা

      গোৱালপাৰা

      ১০. গোলাঘাট নিয়ন্ত্ৰিত বজাৰ কমিটী

      ফৰকাটিং

      গোলাঘাট

      ১১. গুৱাহাটী মহকুমা নিয়ন্ত্ৰিত বজাৰ কমিটী

      উপৰহালি

      কামৰূপ

      ১২. হাইলাকান্দি জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      হাইলাকান্দি

      হাইলাকান্দি

      ১৩. হাউলী নিয়ন্ত্ৰিত বজাৰ কমিটী

      হাউলী

      বৰপেটা

      ১৪. যোৰহাট জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      যোৰহাট

      যোৰহাট

      ১৫. কৰিমগঞ্জ জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      কৰিমগঞ্জ

      কৰিমগঞ্জ

      ১৬. কোকৰাঝাৰ জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      কোকৰাঝাৰ

      কোকৰাঝাৰ

      ১৭. লংকা নিয়ন্ত্ৰিত বজাৰ কমিটী

      নীলবাগান

      নগাঁও

      ১৮. মৰিগাঁও জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      মৰিগাঁও

      মৰিগাঁও

      ১৯. নলবাৰী জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      বানেকুছি

      নলবাৰী

      ২০. উত্তৰ লখিমপুৰ নিয়ন্ত্ৰিত বজাৰ কমিটী

      বঙালমাৰা

      লখিমপুৰ

      ২১. ৰঙিয়া মহকুমা নিয়ন্ত্ৰিত বজাৰ কমিটী

      গোৰেশ্বৰ

      কামৰূপ

      ২২. শিৱসাগৰ জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      শিৱসাগৰ

      শিৱসাগৰ

      ২৩. শোণিতপুৰ জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      ঢেকিয়াজুলি

      শোণিতপুৰ

      ২৪. তিনিচুকীয়া জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      তিনিচুকীয়া

      তিনিচুকীয়া

      প্ৰধান বজাৰ গজৰ সংখ্যা

      • বহৰিহাট
      • বিজনী
      • খাৰুপেটীয়া
      • চিলাপথাৰ
      • ধিং
      • গৌৰীপুৰ
      • গোৱালপাৰা
      • ফৰকাটিং
      • উপৰহালি
      • হাইলাকান্দি
      • হাউলী
      • তিতাবৰ
      • গোঁসাইগাঁও
      • লংকা (নীলবাগান)
      • মৰিগাঁও
      • নলবাৰী (বানেকুছি)
      • বঙালমাৰা
      • গোৰেশ্বৰ
      • ঢেকিয়াজুলি
      • তিনিচুকীয়া

      উপ-বজাৰ গজৰ সংখ্যা

      বহৰিহাট নিয়ন্ত্ৰিত বজাৰ কমিটী

      (১) আলপুতি চৰ, (২) বালিকুৰি, (৩) কাছুমাৰী, (৪) কাদং, (৫) মন্দিয়া, (৬) মইনবাৰী।

      বঙাইগাঁও জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      (১) বাসুগাঁও, (২) ফকিৰাগ্ৰাম, (৩) গোঁসাইগাঁও, (৪) কবাইটাৰী, (৫) পাতিলাদহা

      কাছাৰ জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      (১) বৰযাত্ৰাপুৰ, (২)ভাগা, (৩) কুম্ভীৰগ্ৰাম, (৪) লাইলাপুৰ, (৫) লক্ষীপুৰ, (৬) ফুলেৰতল, (৭) সোণাবাৰীখাট, (৮) উদাৰবন্দ

      দৰং জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      (১) বালুগাঁও, (২) বঙলাগড়, (৩) বেছিমাৰী, (৪) ভকতপাৰা, (৫) ডিমাকুছি, (৬) ডুমুনিচকী, (৭) হৰিশিঙা, (৮) কলাইগাঁও, (৯) খৈৰাবাৰী, (১০) কৌপতি, (১১) লালপুল, (১২) নামখলা, (১৫) পাথৰিঘাট, (১৬) টংলা, (১৭) ওদালগুৰি।

      ধেমাজি জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      (১) ধেমাজি, (২) ঘিলামৰা, (৩) গোগামুখ, (৪) জোনাই, (৫) চিমেন চাপৰি।

      ধিং নিয়ন্ত্ৰিত বজাৰ কমিটী

      (১) আমবাগান, (২) চাপৰমুখ, (৩) চুলুং, (৪) দুমদুমীয়া, (৫) জখলাবন্ধা, (৬) মাগুৰমাৰী, (৭) ৰহা, (৮) ৰূপহী, (৯) শান্তিজান, (১০) শিঙৰী, (১১) সোণাইকলি।

      ধুবুৰী জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      (১) বিলাসীপাৰা, (২) চাপৰ, (৩) ধৰ্মশালা, (৪) ধুবুৰী, (৫) ফুলকটাৰী, (৬) গোৰীপুৰ মৰাপাট/আনাৰস বজাৰ, (৭) গোলকগঞ্জ, (৮) হালাকুৰা, (৯) কালডোবা, (১০) কঠালিপাৰা মিলন বজাৰ, (১১) খাৰুৱাবন্ধা (হাটশিঙিমাৰী), (১২) মানকাছৰ, (১৩) ৰণপাগলী, (১৪) শালবাৰী, (১৫) চালাকাটা।

      ডিব্ৰুগড় জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      (১) বৰবৰুৱা, (২) চাবুৱা, (৩) ডিব্ৰুগড়, (৪) ডিকম, (৫) দুলীয়াজান, (৬) ঘোঁৰামাৰা, (৭) জকাই (চেঁচা), (৮) খোৱাং, (৯) লাহোৱাল, (১০) মৰাণ, (১১) নাহৰকটীয়া, (১২) নামৰূপ, (১৩) ৰাজগড়, (১৪) টেঙাখাট, (১৫) টিংখং।

      গোৱালপাৰা জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      (১) চটাইমাৰী, (২) দলগোমা, (৩) দৰংগিৰি, (৪) ধনুভাঙা, (৫) ধূপধৰা, (৬) দুধনৈ, (৭) জলেশ্বৰ, (৮) কৃষ্ণাই, (৯) লক্ষীপুৰ, (১০) ৰংজুলি, (১১) শিমলিটোলা, (১২) তৰঙা।

      গোলাঘাট নিয়ন্ত্ৰিত বজাৰ কমিটী

      (১) আঠখেলীয়া, (২) বেহৰা, (৩) বোকাখাট, (৪) বৰপথাৰ, (৫) দক্ষিণ হেঙেৰা, (৬) দেৰগাঁও, (৭) গমাৰিগুৰি, (৮) কাছমাৰী, (৯) নাওজান, (১০) নেঘেৰিটিং, (১১) নুমলীগড়, (১২) ৰঙাজান, (১৩) সৰুপথাৰ, (১৪) সেৱাগুৰি, (১৫) তেলীহাট।

      গুৱাহাটী মহানগৰ নিয়ন্ত্ৰিত বজাৰ কমিটী

      (১) আমৰাঙা, (২) বকো, (৩) ছয়গাঁও, (৪) ঢেকীয়াবাৰী, (৫) ধোপাতৰী, (৬) হাহিম, (৭) মলয়বাৰী, (৮) নগৰবেৰা, (৯) শিঙিমাৰী।

      হাউলী নিয়ন্ত্ৰিত বজাৰ কমিটী

      (১) বৰপেটা ৰোড, (২) কলগাছিয়া, (৩) কয়াকুছি, (৪) লংলা, (৫) মৰাপাট, (৬) শিমলা, (৭) সৰভোগ।

      হাইলাকান্দি জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      (১) আলগাপুৰ, (২) আয়নাখাল, ৩) কাটলিছেড়া, (৪) লালাবাজাৰ।

      যোৰহাট জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      (১) এলেংমৰা, (২) বৰহোলা, (৩) ডফলাটিং, (৪) গড়মূৰ, (৫) যোৰহাট, (৬) কমলাবাৰী, (৭) লিচিবাৰী, (৮) মধুপুৰ, (৯) নগাবাট, (১০) নকছাৰী, (১১) টি.ক, (১২) ঠেঙালগাঁও।

      কৰিমগঞ্জ জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      (১) ভাঙ্গা, (২) দুৰ্লভচেৰা, (৩) হাতীখিৰা, (৪) ইচাগুৰি মাছ বজাৰ, (৫) কৰিমগঞ্জ, (৬) লোৱাৰপোৱা, (৭) নিলাম বজাৰ, (৮) পাথাৰকান্দি।

      লঙ্কা নিয়ন্ত্ৰিত বজাৰ কমিটী

      (১) হোজাই, (২) যমুনামুখ, (৩) ১নং কাকী, (৪) কামপুৰ, (৫) কঠিয়াতলি, (৬) খাৰিখানা, (৭) লামডিং, (৮) মূৰাঝাৰ, (৯) উদালি।

      মৰিগাঁও জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      (১) ভূৰবন্ধা, (২) দেওগালু, (৩) জাগীৰোড, (৪) লাহৰিঘাট, (৫) মায়ং, (৬) মৈৰাবাৰী।

      নলবাৰী জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      (১) বানেকুছি, (২) বৰমা, (৩) বৰনৰ্দ্দি, (৪) বনগাঁও, (৫) ধমধমা, (৬) দৌলাশাল, (৭) কৈঠালকুছি,, (৮) কাপলাবাৰী, (৯) কুমাৰীকাটা, (১০) মুকালমুৱা, (১১) নদলা, (১২) ৰামপুৰ, (১৩) তামুলপুৰ, (১৪) টিহু।

      উত্তৰ লখিমপুৰ নিয়ন্ত্ৰিত বজাৰ কমিটী

      (১) বগীনদী, (২) ঢকুৱাখনা, (৩) হাৰমতী, (৪) উত্তৰ লখিমপুৰ সদৰ বজাৰ।

      শিৱসাগৰ জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      (১) আমগুৰি, (২) বনফেৰা (সোণাৰী), (৩) বৰচলা গৰু মহ বজাৰ, (৪) মৰাণহাট, (৫) ৰাজমাই গৰু মহ বজাৰ, (৬) সাপেখাতী, (৭) শিমলুগুৰি।

      শোণিতপুৰ জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      (১) বৰচলা, (২) বিন্দুগুৰি, (৩) বিশ্বনাথ চাৰিআলি, (৪) জিনজিয়া, (৫) গহপুৰ, (৬) লোক্ৰা, (৭) পাঁচ মাইল, (৮) শিঙৰি, (৯) ঠেলামৰা।

      তিনিচুকীয়া জিলা নিয়ন্ত্ৰিত বজাৰ কমিটী

      (১) বৰদুমছা, (২) চাপাখোৱা, (৩) ডাঙৰী, (৪) দুমদুমা, (৫) জাগুণ, (৬) কাকপথাৰ, (৭) মাকুম