মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান

  • ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদে ২০০৭ চনৰ ২৯ মে তাৰিখে অনুষ্ঠিত ইয়াৰ ৫৩তম সভাত একাদশ পৰিকল্পনাৰ (২০১১-১২) শেহৰ ফালে চাউলৰ ১০ নিযুত টন, গোমৰ ৮ নিযুত টন আৰু দাইলৰ উত্পাদন ২ নিযুত টনলৈ বৃদ্ধি কৰি চাউল, গোম আৰু দাইলৰ বৃদ্ধিৰে খাদ্য সুৰক্ষা অভিযান এখন আৰম্ভ কৰিবলৈ প্ৰস্তাৱ লৈছিল। সেই মতে ২০০৭ চনৰ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰৰ পোষকতাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনি নামৰ এখনআৰম্ভ কৰে। এই আঁচনিখন ১২শ পাঁচ বছৰীয়া পৰিকল্পনালৈও চলি থাকিল। ১০ নিযুত টন চাউল, ৮ নিযুত টন গোম, ৪ নিযুত টন দাইল আৰু ৩ নিযুত টন আঁহযুক্ত শস্যকে ধৰি ১২শ পাঁচ বছৰীয়া পৰিকল্পনাৰ শেহলৈ ২৫ নিযুত টন অতিৰিক্ত খাদ্য উত্পাদনৰ নতুন লক্ষ্য স্থিৰ কৰা হল।

    ১২শ পাঁচ বছৰীয়া পৰিকল্পনাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযানত পাঁচটা মূল বস্তু থাকিব-

    • ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান – চাউল
    • ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান – গোম ধান
    • ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান – দাইল
    • ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান – আঁহযুক্ত শস্য
    • ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান – বাণিজ্যিক শস্য
    Downloads
    ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান
    TitleSizeDetail
    Guideline1.32 MBswf-image
    AAP51.08 KBswf-image
    Monthly Progress Report188.32 KBswf-image
    Benificiary List8.47 KBswf-image
    District Wise Breakup18.15 KBswf-image