মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ

পুৰস্কাৰ

অসমৰ কৃষিলৈ ৰাষ্ট্ৰীয় স্বীকৃতিঃ

চৰকাৰে কৃষি বিভাগৰ ওপৰত দিয়া প্ৰচুৰ হেঁচাৰ ফলস্বৰূপে বিভিন্ন উচ্চ মানৰ প্ৰচুৰ পৰিমাণৰ শস্য উত্পাদন হৈছে। ৰাজ্যখনে এনেকুৱা এক উত্সাহজনক ঢাল লোৱা বাবে ভাৰত চৰকাৰে ঠিকে ঠাকে স্বীকৃতি দিছে। ৰাজ্যখনক দিয়া পুৰস্কাৰ সমূহ-

  • ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযানৰ অধীনত শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ৰাজ্য– ২০০৯-১০ চনত পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ ভিতৰত যেনে- পশ্চিম বংগ, উৰিষ্যা, বিহাৰ, ঝাৰখণ্ড, ছত্তিশগড়, পূৱ উত্তৰ প্ৰদেশ আৰু অসম।
  • শীৰ্ষ স্থানপ্ৰাপ্ত ৰাজ্য– ২০১১ চনত কেটেগৰী-২ ৰাজ্যসমূহৰ ভিতৰত, যেনে- উৰিষ্যা, তামিলনাডু, গুজৰাট, হিমাচল প্ৰদেশ, ছত্তিশগড়, ঝাৰখণ্ড, উত্তৰাখণ্ড, জম্মু আৰু কাশ্মীৰ আৰু অসম।
  • আটাইতকৈ উন্নত ডাঙৰ ৰাজ্য– কৃষি খণ্ডত উল্লেখযোগ্য কৃতকাৰ্যতাৰ বাবে ২০১১ চনত ইণ্ডিয়া টুডে গ্ৰুপে প্ৰদান কৰা পুৰস্কাৰ।
  • কৃষি কৰ্ম বঁটা – একেৰাহে তিনি বছৰ ২০১১-১২, ২০১২-১৩, ২০১৩-১৪ বৰ্ষত দাইলৰ উল্লেখযোগ্য উত্পাদনৰ বাবে পোৱা পুৰস্কাৰ।
  • কৃষি কৰ্ম বঁটা– ২০১৬-১৭ বৰ্ষত তেল বীজ আৰু পাম তেলৰ ওপৰত ৰাষ্ট্ৰীয় অভিযানৰঅধীনত তেলগুটিৰ উত্পাদনৰ বাবে পোৱা পুৰস্কাৰ
  • কৃষি বিকাশত শ্ৰেষ্ঠ প্ৰতিপন্ন হোৱা ৰাজ্য – ২০১৭ ইণ্ডিয়া টুডে গ্ৰুপে দিয়া পুৰস্কাৰ।