ভাল কৃষি অভ্যাসবিলাক কৃষি কৰ্মত ভালদৰে ব্যৱহাৰ কৰিলে উপভোক্তাৰ বাবে খাদ্যৰ কৰে বা আকৌ সংসাধন কৰিলে নিৰাপদ আৰু উপকাৰী হৈ উঠে। এজন কৃষকে শস্য নিৰ্বাচন কৰাৰ পৰা খেতি চপোৱালৈ তলৰ আঠোটা প্ৰধান খেপ লব লাগে-
ভালকৈ খেতিৰ অভ্যাস কৰিবলৈ হলে কৃষি পৰিচালনাৰ পদ্ধতিৰ বাবে এই আঠোটা খেপ বান্ধি দিয়া আছে, যিটোৱে মাটিৰ গুণ বৃদ্ধি, পানীৰ ব্যৱহাৰ বৃদ্ধি, শস্যৰ অৱশিষ্টৰ ব্যৱস্থা আৰু ভালদৰে সাৰৰ ব্যৱহাৰ কৰি পৰিবেশ ৰক্ষা কৰিব পাৰে।