মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ

পূৱ ভাৰতলৈ সেউজ বিপ্লৱ অনা

  • পূৱ ভাৰতৰ সাতখন ৰাজ্যকে ধৰি, যেনে- অসম, বিহাৰ, ছত্তিশগড়, ঝাৰখণ্ড, উৰিষ্যা, পূৱ উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগ –ৰাজ্যকেইখনে ধান মূলৰ শস্য বিষয়ত উত্পাদনৰ সীমাবদ্ধতা ভোগাৰ কৌশলৰ বাবে পূৱ ভাৰতলৈ সেউজ বিপ্লৱ অনা আঁচনিখন ২০১০-১১ চনত আৰম্ভ কৰা হয়। পূৱ ভাৰততধান উত্পাদন বৃদ্ধি কৰাৰ বাবে পানী বন্ধ কৰি ৰখাৰ সম্ভাৱনীয়তাই পূৱ ভাৰতলৈ সেউজ বিপ্লৱ অনা আঁচনিৰ লক্ষ্য, যিখন আঁচনি এই পৰ্যন্ত অব্যৱহৃত হৈয়েই আছে। বহল ভিত্তিতপূৱ ভাৰতলৈ সেউজ বিপ্লৱ অনাৰ চাৰিটা দফাত ভাগ কৰা হৈছে-

    • ব্লকত সমাৰোহ পতা
    • সম্পদ সৃষ্টি
    • ঠাই বিশেষত কৰ্ম
    • শস্য চপোৱাৰ পাছত বিপণনৰ সুবিধা। পূৱ ভাৰতলৈ সেউজ বিপ্লৱ অনা আঁচনিৰ এইবিলাক কামৰ উপৰিও পূৱ ভাৰতৰ ৰাজ্যসমূহৰ বিভিন্ন কৃষি বতৰৰ অঞ্চলত নতুন শস্য গ্ৰহণ, খেতিৰ বাবে যন্ত্ৰপাতি আৰু সঁজুলি, পুষ্টি কীটনাশক আৰু জ্ঞান সমৃদ্ধ মধ্যস্থতাৰে উন্নত কৰা।

    পূৱ ভাৰতলৈ সেউজ বিপ্লৱ অনা আঁচনিৰ নিৰ্দিষ্ট লক্ষ্য পাবলৈ নিম্নোল্লেখিত কৌশলসমূহ লবলৈ যুক্তি দিয়া হৈছে-

    • নতুনকৈ উলিওৱা হাই- কাল্টিভাৰ্চ আৰু শংকৰ ধানকে ধৰি উন্নত উত্পাদনৰ জাতৰ ধানৰ বিস্তৃত হাৰত খেতি কৰা
    • শস্য গজোৱা পদ্ধতি ব্যৱহাৰ কৰি ছন পৰা মাটিত খেতি কৰা।
    • কষ্ট সহিব পৰা ধানৰ জাত লবলৈ জনপ্ৰিয় কৰা।
    • জলসিঞ্চনৰ সম্ভাৱনীয়তা বৃদ্ধিৰ বাবে খেতিৰ মাজত পুখুৰী খ্দা, জল উত্তোলনৰ ব্যৱস্থা আদিৰ সৃষ্টি কৰা।
    • কম মাটিৰ বাবে উপযুক্ত খেতিৰ যন্ত্ৰপাতি আৰু সঁজুলিবিলাকৰ ব্যৱহাৰ বঢ়াব লাগে।
    • গুদাম ঘৰ, সংগ্ৰহ কৰা কেন্দ্ৰ, বিপণন আন্তঃগাঁথনি আদিৰ দৰে আন্তঃগাঁঠনিৰ সৃষ্টি কৰিব লাগে।
    Downloads
    TitleSizeDetail
    Notification368.76 KBswf-image
    Annual Action Plan of BGREI for the year 2016-17501.04 KBswf-image
    Guideline for Rice Mill2.73 MBswf-image
    Guidelines for subsidized Farm machineries & implements635.87 KBswf-image
    Operational guideline of BGREI2.41 MBswf-image