মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ

লক্ষ্য আৰু অভিযান

লক্ষ্য

অসমৰ সমূহ জনগণক খাদ্য আৰু পুষ্টিৰ সুৰক্ষা দি কৃষি কৰ্মক এক লাভজনক আৰু আকৰ্ষণীয় উদ্যোগ হিচাপে দীৰ্ঘম্যাদী কৰা

অভিযান

পৰিবেশৰ অনুকূল বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত কৃষি উদ্যন শস্যৰ উত্পাদন বৃদ্ধি কৰা, যিটো বিভিন্ন আঁচনি আৰু কল্যাণমূলক ব্যৱস্থাৰ যোগেদি কৃষকৰ খেতিৰ মুঠ আয় বৃদ্ধিৰ পৰা নিশ্চিত হব।